আটাছু নেতা ধমেন গগৈক আক্ৰমণ কৰা যুৱক দ্বীপ চিৰিং ফুনকক গ্ৰেপ্তাৰ

শিৱসাগৰৰ আটাছু নেতাক আক্ৰমণ প্ৰসংগ। গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ দীপ চিৰিং ফুকনক । ২১ জুনত আটাছুৰ ধমেন গগৈক হত্যাৰ চেষ্টা চলাইছিল দ্বীপে। আটাছুৰ শিৱসাগৰ জিলা সভাপতি ধমেন গগৈ। পেট আৰু মুখমণ্ডলত চুৰি মাৰি পলাই ফুৰিছিল দ্বীপ চিৰিং ফুকন।