নলবাৰী জিলাৰ বৰভাগৰ কমাৰকুছি আৰক্ষী চকীৰ অন্তৰ্গত দোকোঁহা গাওঁত পিতা পুত্ৰ সহ তিনিজনে একেলগে বিষপান কৰাৰ ফলত আজি চিকিৎসাধীন অৱস্থাতে পিতৃ ডিপূল শইকীয়াৰ মৃত্যু হয়,আনহাতে দুইপুত্ৰ বৰ্তমানো চিকিৎসাধীন হৈ আছে৷উল্লেখ্য যে পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে কেইদিনমান আগতে পৰপুৰুষৰ লগত পলাই গৈছিল৷মুছলমান সম্প্ৰদায়ৰ বিবাহিত পুৰুষৰ লপত পত্নী পলাই যোৱাৰ যন্ত্ৰণাতে দুই কিশোৰ পুত্ৰৰ মুখত বিষদি নিজেও বিষপান কৰে৷ইয়াকলৈ সমগ্ৰ বৰভাগতে চাঞ্চল্য বিৰাজ কৰিছে,
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
डॉ. किरोड़ीलाल मीणा को लेकर BJP में क्यों नहीं बन रही बात? उपचुनाव से पहले राजस्थान में मची खलबली!
बीजेपी नेता डॉ. किरोड़ीलाल मीणा के कैबिनेट से इस्तीफे देने के बाद बीजेपी में खलबली है. बीजेपी अब...
Banaskantha News | બનાસકાંઠાનાં વડગામમાં અવિરત વરસાદને કારણે મકાન ધરાશાયી @networknews2282
Banaskantha News | બનાસકાંઠાનાં વડગામમાં અવિરત વરસાદને કારણે મકાન ધરાશાયી @networknews2282
કઠલાલ તાલુકા ફેરપ્રાઇઝ એસોસિએશન દ્વારા વિવિધ માંગણી લઈ મામલતદાર કચેરી ખાતે રજૂઆત કરાઈ.
કઠલાલ તાલુકા ફેરપ્રાઇઝ એસોસિએશન દ્વારા વિવિધ માંગણી લઈ મામલતદાર કચેરી ખાતે રજૂઆત કરાઈ.
*सोनारी में पुलिस कर्मी ने अपने ही साथी को गोली मारी*
चराई देव जिला अंतर्गत सोनारी पुलिस थाने में कार्यरत दीपक काकोटी (45)पिता स्वर्गीय प्रबीन काकोटी...