নলবাৰী জিলাৰ বৰভাগৰ কমাৰকুছি আৰক্ষী চকীৰ অন্তৰ্গত দোকোঁহা গাওঁত পিতা পুত্ৰ সহ তিনিজনে একেলগে বিষপান কৰাৰ ফলত আজি চিকিৎসাধীন অৱস্থাতে পিতৃ ডিপূল শইকীয়াৰ মৃত্যু হয়,আনহাতে দুইপুত্ৰ বৰ্তমানো চিকিৎসাধীন হৈ আছে৷উল্লেখ্য যে পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে কেইদিনমান আগতে পৰপুৰুষৰ লগত পলাই গৈছিল৷মুছলমান সম্প্ৰদায়ৰ বিবাহিত পুৰুষৰ লপত পত্নী পলাই যোৱাৰ যন্ত্ৰণাতে দুই কিশোৰ পুত্ৰৰ মুখত বিষদি নিজেও বিষপান কৰে৷ইয়াকলৈ সমগ্ৰ বৰভাগতে চাঞ্চল্য বিৰাজ কৰিছে,
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Maharashtra CM News: महायुति सरकार का बॉस कौन, कब होगा फाइनल फैसला? | Aaj Tak
Maharashtra CM News: महायुति सरकार का बॉस कौन, कब होगा फाइनल फैसला? | Aaj Tak
મતદારો મોબાઈલ લઈને મતદાન કેન્દ્રમાં પ્રવેશી શકશે નહીં
મતદારોએ મતદાન વખતે ચૂંટણી કમિશન દ્વારા નક્કી કરાયેલા ૧૨ પૂરાવા પૈકીનો કોઇ એક અસલ પુરાવો સાથે...
उच्चतर माध्यमिक परीक्षा में सोनारी एलाईट ऐकेडमी छात्र गोरांगजीत गोगोई ने विज्ञान शाखा में असम में पाँचवा स्थान प्राप्त किया
उच्चतर माध्यमिक परीक्षा में सोनारी एलाईट ऐकेडमी छात्र गौरांगजीत गोगोई ने विज्ञान शाखा में असम में...
গোলাঘাট জিলা ৰাষ্ট্ৰীয় স্বংসেৱক সংঘৰ সেৱা বিভাগৰ ফালৰ পৰা আঠখেলিয়া নমঘৰত সেৱা কাৰ্য্য
গোলাঘাট জিলা ৰাষ্ট্ৰীয় স্বংসেৱক সংঘৰ সেৱা বিভাগৰ ফালৰ পৰা আঠখেলিয়া নমঘৰত সেৱা কাৰ্য্য৷
...
ऊर्जा मंत्री हीरालाल नागर ने किया ध्वजारोहण
ऊर्जा मंत्री हीरालाल नागर ने स्वतंत्रता दिवस पर इन्द्र विहार स्थित निजी आवास पर ध्वजारोहण किया।...