দৰঙৰ বেছিমাৰী বজাৰত আজি চলে প্ৰশাসনৰ উচ্ছেদ অভিযান। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত উল্লেখযোগ্য শাক পাচলি বজাৰখনত একাংশই অবৈধভাবে নিৰ্মাণ কৰা দোকান গৃহৰ ওপৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত বজাৰ খনত অবৈধ ভাবে দোকান গৃহ নিৰ্মাণ কৰি দখল কৰি থকা কেইজনমান ব্যক্তিৰ গৃহ উচ্ছেদ কৰা হয়। উল্লেখযোগ্য যে, বজাৰখনত বহুতো প্ৰভাৱ শালী ব্যক্তিয়ে অবৈধ ভাৱে প্ৰকান্ড অট্টালিকা নিৰ্মাণ কৰি লোৱাত বজাৰৰ ভিতৰত পথবোৰ অতি ঠেক হৈ পৰাত সমস্যাৰ সৃষ্টি হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બનાસકાંઠા જિલ્લાના ડીસા તાલુકા ખાતે 108 એમ્બ્યુલન્સ ખૂબ જ સારી રીતે કામ કરી રહી છે
બનાસકાંઠા જિલ્લાના ડીસા તાલુકા ખાતે 108 એમ્બ્યુલન્સ ખૂબ જ સારી રીતે કામ કરી રહી છે
Sehat Talk with Isha Bhatia Sanan, S2, Ep.23: Are wet dreams normal? [टीएनजर्स के काम की बातें]
Sehat Talk with Isha Bhatia Sanan, S2, Ep.23: Are wet dreams normal? [टीएनजर्स के काम की बातें]
মাজুলী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক জিতেন চন্দ ডেকা দেৱে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে..
মাজুলী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক জিতেন চন্দ ডেকা দেৱে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে..