দৰঙৰ বেছিমাৰী বজাৰত আজি চলে প্ৰশাসনৰ উচ্ছেদ অভিযান। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত উল্লেখযোগ্য শাক পাচলি বজাৰখনত একাংশই অবৈধভাবে নিৰ্মাণ কৰা দোকান গৃহৰ ওপৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত বজাৰ খনত অবৈধ ভাবে দোকান গৃহ নিৰ্মাণ কৰি দখল কৰি থকা কেইজনমান ব্যক্তিৰ গৃহ উচ্ছেদ কৰা হয়। উল্লেখযোগ্য যে, বজাৰখনত বহুতো প্ৰভাৱ শালী ব্যক্তিয়ে অবৈধ ভাৱে প্ৰকান্ড অট্টালিকা নিৰ্মাণ কৰি লোৱাত বজাৰৰ ভিতৰত পথবোৰ অতি ঠেক হৈ পৰাত সমস্যাৰ সৃষ্টি হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Virender Sehwag ने India, Bharat वाली Debate में Gautam Gambhir का नाम लिए बिना क्या कमेंट कर दिया?
Virender Sehwag ने India, Bharat वाली Debate में Gautam Gambhir का नाम लिए बिना क्या कमेंट कर दिया?
रोशनगाव फाटाचा प्रवासी निवाराचे पत्रेच भेटले का चोरट्यांना....
धर्माबाद तालुक्यातील रोशनगाव फाटा येथील ही घटना घडली,माननीय अशोकरावजी साहेब यांच्या कार्यकाळात...
गोविंद सिंह डोटासरा ने मदन दिलावर से कहा, 'शिक्षा मंत्री को शिक्षा नहीं केवल अनर्गल बयानों का है ज्ञान'
राजस्थान में शिक्षा को लेकर पूर्व शिक्षा मंत्री और वर्तमान शिक्षा मंत्री के बीच जंग जारी है. जहां...
ৰহা সৃজনী স্বৰ সাধনালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস পালন। সাংস্কৃতিক কৰ্মী,সংগীত শিল্পী মন্টু ৰাম পাটৰলৈ সৃজনী সাধনা বঁটা২০২৬ প্ৰদান।
২০২৩বৰ্তষ ত ৰহাত স্থাপিত শাস্ত্ৰীয়, লঘু শাস্ত্ৰীয় আৰু অসমীয়া সুগম সংগীত প্ৰশিক্ষণ...
ডবকাৰ আশীনগৰত মুক্তাবলৈ পঢ়িবলৈ গৈ নিৰুদ্দেশ এগৰাকী কিশোৰী
হোজাই জিলাৰ ডবকাৰ আশীনগৰত পুৱা মুক্তাৱত পঢ়িবলৈ গৈ নিৰুদ্দেশ হয় এগৰাকী কিশোৰী । ঘটনাটো সংগঠিত...