মাজুলী জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাৰ আজি কাৰ্যনিৰ্বাহ সভা আয়োজন কৰা হয় মহকিনা সামূহিক ভৱনত।আমাৰ সভাপতিত্বত আয়োজিত হোৱা সভাতে প্ৰফুল্ল কুমাৰ দাস মুকুল হাজৰিকা কল্যাণ ভৰালী আৰু প্ৰাঞ্জল হাজৰিকা আৰু আনন্দ ওজাক মূখ্য উপদেষ্টা বিকাশ দাস আৰু বিশ্বজিত দাসক যুটীয়া সম্পাদক প্ৰদীপ দাস ৰাজীৱ দাস উপ সভাপতি পলাশ দাস গহীন দাস আৰু সন্তোষ দাস সহকাৰী সম্পাদক দেৱজিত দাস বিত্ত সম্পাদক ৰাজীৱ দাস বিশ্ব দাস মাণিক দাস প্ৰচাৰ সম্পাদক সৰ্বানন্দ কাকতি পাৰ্থ দাস সমাজ কল্যান সম্পাদক মিন্টু দাস কাৰ্যালয় সম্পাদক ৰাজীৱ দাস নিপেন দাস সত্যজিৎ দাস সাংগঠনিক সম্পাদক জিলা কাৰ্যনিৰ্বাহক হিচাপে অনন্ত দাস সীমান্ত দাস পলাশজ্যোতি দাস কল্যান দাস সুৰেন দাস সঞ্জয় দাস মাণিক দাস প্রশান্ত দাস নিৰঞ্জন ভৰালী নিৰৰঞ্জন দাস জিন্টু দাসক লৈ 51 জনীয়া সমিতি খন পুৰ্ণাংগ কৰা হয়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi आए सरकारी कर्मचारियों ने Modi सरकार की Pension Scheme और OPS पर क्या-क्या कहा?
Delhi आए सरकारी कर्मचारियों ने Modi सरकार की Pension Scheme और OPS पर क्या-क्या कहा?
Death of Aditya Singh Rajput: Rohit Verma denies drug overdose reports; Onir and Varun Sood offer respects - Newzdaddy
The late actor Aditya Singh Rajput, who was discovered dead at his Mumbai home on Tuesday, has...
ડીસામાં 16 કેદીઓને ફૂડ પોઇઝનિંગ થતાં સારવાર હેઠળ ખસેડાયા
ડીસાની સબજેલમાં આજે ફૂડ પોઇજનિંગના કારણે આરોપીઓ બેભાન થઈ પડ્યા હોવાની ઘટના સામે આવે છે....