কাৰ্ড লিংকৰ বাবে হিতাধিকাৰীয়ে আদায় দিব লাগে ৩০০টকা। সমবায় এজেণ্টৰ বিৰুদ্ধে হিতাধিকাৰী ৰাইজৰ প্ৰতিবাদ । ধান আদায়কাৰী এজেণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী চৰকাৰ ওচৰত।