ভাৰতৰ সুৰক্ষাক প্ৰভাৱিত কৰিব পৰা কন্টেন্ট পোষ্ট কৰাৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৮টা ইউটিউব চেনেল নিষিদ্ধ কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, আইন-শৃংখলা আৰু বৈদেশিক সম্পৰ্কত প্ৰভাৱ পেলাব পৰা কন্টেণ্ট পোষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে।
নিষিদ্ধ কৰা চেনেলবোৰৰ ভিতৰত এটা পাকিস্তানী ইউ টিউব চেনেলো আছে। এই চেনেলটোৰ ভিউ হৈছে ১১৮ কোটি।
উল্লেখ্য যে ২১ ডিচেম্বৰৰ পৰা ভাৰতত ১০২টা ইউ টিউব চেনেল ব্লক কৰা হৈছে।