মহাপুৰুষ মাধৱদেৱ জন্মস্থান নাৰায়ণপুৰৰ ধুৱাহাট বেলগুৰি সত্ৰত শাওণৰ সংক্ৰান্তি দিনটোৰ পৰা আৰম্ভ হৈছে ভাদমদীয়া ধেমালি ৷ মহাপুৰুষীয়া সত্ৰখনত প্ৰতিবছৰে শাওণৰ সংক্ৰান্তি সন্ধিয়াৰ পৰা আৰম্ভ হয় এই ধেমালী ৷ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি নীতিৰে প্ৰতি সন্ধিয়া গায়ন বায়নে ধেমালি পৰিৱেশন কৰিব ভাদমাহটো ৷ এই ধেমালি ভাদমাহৰ পৰিবৰ্তে অন্য মাহত পৰিৱেশন কৰা নহয় ৷ দুজনা গুৰুৰ মণিকাঞ্চন সংযোগৰ সাক্ষী ধুৱাহাট বেলগুৰি সত্ৰত সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীৰ উপস্থিতিত বৰবায়ন প্ৰভাত কাকতিয়ে গায়ন বায়নৰ ধেমালি জোৰা আৰম্ভ কৰে ৷ উল্লেখ্য যে নাৰায়ণপুৰৰ প্ৰতিখন মহাপুৰুষীয়া সত্ৰত ভাদমাহত অনুষ্ঠিত হ’ব এই ধেমালি ৷ ইয়াৰ মাজতে সত্ৰীয়া পৰম্পৰাৰে অনুষ্ঠিত হ’ব মাধৱদেৱ শংকৰদেৱ আৰু পদ্মআতাৰ তিথি ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारत ने PM शहबाज के भाषण को पाखंड बताया:UN में कहा- पाकिस्तान ने बांग्लादेश में नरसंहार किया
भारत ने संयुक्त राष्ट्र महासभा में (UNGA) में पाकिस्तान के प्रधानमंत्री शहबाज शरीफ के आरोपों का...
Sharad Pawar:'अपने फैसले पर फिर से विचार करें'...चाचा के इस्तीफे पर अजित पवार ने पुनर्विचार करने का किया आग्रह
नई दिल्ली, आगामी 2024 के आम चुनाव से पहले एनसीपी बॉस शरद पवार ने एक सियासी गुगली फेंकते हुए...
Business News |Futures & Option के जरिए किन Stocks में आज खरीदारी का बन रहा मौका? | Futures Express
Business News |Futures & Option के जरिए किन Stocks में आज खरीदारी का बन रहा मौका? | Futures...