মহাপুৰুষ মাধৱদেৱ জন্মস্থান নাৰায়ণপুৰৰ ধুৱাহাট বেলগুৰি সত্ৰত শাওণৰ সংক্ৰান্তি দিনটোৰ পৰা আৰম্ভ হৈছে ভাদমদীয়া ধেমালি ৷ মহাপুৰুষীয়া সত্ৰখনত প্ৰতিবছৰে শাওণৰ সংক্ৰান্তি সন্ধিয়াৰ পৰা আৰম্ভ হয় এই ধেমালী ৷ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি নীতিৰে প্ৰতি সন্ধিয়া গায়ন বায়নে ধেমালি পৰিৱেশন কৰিব ভাদমাহটো ৷ এই ধেমালি ভাদমাহৰ পৰিবৰ্তে অন্য মাহত পৰিৱেশন কৰা নহয় ৷ দুজনা গুৰুৰ মণিকাঞ্চন সংযোগৰ সাক্ষী ধুৱাহাট বেলগুৰি সত্ৰত সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ দেৱ গোস্বামীৰ উপস্থিতিত বৰবায়ন প্ৰভাত কাকতিয়ে গায়ন বায়নৰ ধেমালি জোৰা আৰম্ভ কৰে ৷ উল্লেখ্য যে নাৰায়ণপুৰৰ প্ৰতিখন মহাপুৰুষীয়া সত্ৰত ভাদমাহত অনুষ্ঠিত হ’ব এই ধেমালি ৷ ইয়াৰ মাজতে সত্ৰীয়া পৰম্পৰাৰে অনুষ্ঠিত হ’ব মাধৱদেৱ শংকৰদেৱ আৰু পদ্মআতাৰ তিথি ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bullish Stocks Today | Experts’ Top Calls: आज इन Stocks पर Experts को क्यों हैं डबल भरोसा? |Business
Bullish Stocks Today | Experts’ Top Calls: आज इन Stocks पर Experts को क्यों हैं डबल भरोसा?...
Kolhapur : राधानगरी धरणाचे पाच दरवाजे उघडले, पंचगंगा ४२ फुटांवर...BPN news network
Kolhapur : राधानगरी धरणाचे पाच दरवाजे उघडले, पंचगंगा ४२ फुटांवर...BPN news network
ગુજરાત યોગ બોર્ડ, સાવરકુંડલાના યોગ ટ્રેનર્સ એ મહિલા દિન ની ભવ્ય ઉજવણી કરી@Gujarati24KalakNews
ગુજરાત યોગ બોર્ડ, સાવરકુંડલાના યોગ ટ્રેનર્સ એ મહિલા દિન ની ભવ્ય ઉજવણી કરી@Gujarati24KalakNews
Gujarat Politics : કાંતિલાલ ગામિતના નિવેદનથી ખળભળાટ | Gujarati News | News18 Gujarati
Gujarat Politics : કાંતિલાલ ગામિતના નિવેદનથી ખળભળાટ | Gujarati News | News18 Gujarati