ডেৰ দশক ধৰি ঢকুৱাখনাত চুৰি ,ডকাইত,হত্যা, ধৰ্ষণ,ইত্যাদি অসংখ্য ঘটনাৰে সন্ত্ৰাস সৃষ্টি কৰি অহা দুৰ্ধষ অপৰাধী গেৰজাই বৰুৱা ওৰফে ৰাজু বৰুৱা মৃত্যু হৈছে।ইয়াৰ লগে লগে স্বস্তি নিশ্বাস পেলাইছে সমগ্ৰ ঢকুৱাখনাবাসীযে।যোৱা মংগল বাৰে ঢকুৱাখনা ন্যায়িক আদালতৰ পৰা পলায়ন কৰিছিল গেৰজাই।চুৰি ,ডকাইত, হত্যা,ধৰ্ষণ ইত্যাদি অসংখ্য ঘটনাৰ গোচৰত অভিযুক্ত গেৰজাই আজি পুৱতি নিশা ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কিলাকিলি গাঁৱৰ এটা জানৰ পানীৰ যুৱলীত আত্মগোপন কৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্রত্যক্ষ কৰি কৰাযত্ব কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী সময়ত ঢকুৱাখনা আৰক্ষীক খবৰ দিয়ে,কিন্তু আৰক্ষী উপস্থিত হোৱা পূৰ্বেই গেৰজাই কৰ্ম কাণ্ডই ক্ষুব্ধ হৈ থকা একাংশ উত্তেজিত ৰাইজে উত্তম মাধ্যম সুধাই গুৰুত্ব ভাবে আহত কৰে।আৰক্ষী উপস্থিত স্থলী ত উপস্থিত হৈ উত্তেজিত ৰাইজৰ কৱলৰ পৰা উদ্ধাৰ কৰি 108এম্বুলেন্স জৰীযতে ঢকুৱাখনা মহকুমাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।চিকিৎসালয়ত মৃত বুলি ঘোষণা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
TITTLE: AAJTAK 2| SUNDAY को JAWAN पर भारी पड़ा FUKREY 3, FILM ने BOX OFFICE पर मचाया गदर | AT 2
TITTLE: AAJTAK 2| SUNDAY को JAWAN पर भारी पड़ा FUKREY 3, FILM ने BOX OFFICE पर मचाया गदर | AT 2
जिला कलक्टर टीना डाबी ने जिला स्तरीय जनसुनवाई में सुनीं आमजन की समस्याएं। 140 प्रकरण हुए प्राप्त, सभी पर गंभीरता से कार्यवाही के दिए निर्देश।
राजस्व, पुलिस, पानी, बिजली, सड़क सहित अन्य विभागों की प्राप्त हुई परिवेदनाएं
बड़ी संख्या में...
ડીસા scw હાઇસ્કુલ ખાતે નવજીવન કોલેજના તાલિમાર્થી વિદ્યાર્થીઓનું પ્રદર્શન
ડીસા scw હાઇસ્કૂલ ખાતે નવજીવન બીએડ કોલેજ ની તાલીમાર્થી વિધાર્થી નું પ્રદર્શન
ડીસા નવજીવન...
"जब पुलिस सुरक्षित नहीं, तो आम नागरिकों की सुरक्षा कैसे होगी? - चुग"
भारतीय जनता पार्टी के राष्ट्रीय महामंत्री तरूण चुग ने पंजाब में भगवंत मान के नेतृत्व वाली आम आदमी...