মাজুলীৰ ড্ৰাগছ বেপাৰি দীগন্তৰ ঘৰত আৰক্ষীৰ তালাচি ৷

মাজুলীত দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায় কৰি যুৱ চামক বিপথে পৰিচালনা কৰা মাজুলীৰ দীগন্ত দলেৰ ঘৰত নতুন বজাৰ আৰক্ষীয়ে তালাচী চলাই ৷

খুঢ়াকৰ ঘৰত থকা ড্ৰাগছ বেপাৰী দিগন্তৰ ঘৰত নিচাযুক্ত কোনো সামগ্ৰী লাভ কৰা নাই যদিও দীগন্তৰ হাতত চিৰিঞ্জ আৰু ড্ৰাগছৰ কন্টেনাৰ পোৱাৰ বাবে দীগন্তক জেল হাজুতলৈ প্ৰেৰণ কৰে  ৷