নিবনুৱা সমস্যাই বৰ্তমানৰ যুৱ সমাজক বিভ্ৰান্ত কৰি তোলাৰ সময়তে কৃষি কাৰ্য্যৰ জৰিয়তে নিজকে আগুৱাই নিয়াৰ সপোন এজাক ডেকা লৰাৰ।চৰকাৰৰ গ্ৰাম্য স্ব নিয়োজন প্ৰশিক্ষণ কেন্দ্ৰ,কুমাৰীকাটাত জিলা খনৰ অভিজ্ঞ আৰু কৃষি বিজ্ঞানী সকলে দিয়া প্ৰশিক্ষণত কুমাৰীকাটা বিভিন্ন গাঁওৰ যুৱকৰ দলে কৰিছে অংশগ্ৰহণ। কৰ্মৰ লগতে, হাঁহ-কুকুৰা পালন আৰু বহুতো দিশত দিয়া ১৩ দিনীয়া এই প্ৰশিক্ষণ অনুষ্ঠান সামৰণি পৰাত মানপত্ৰ আৰু ভৱিষ্যত দিশটোক পৰিচালনা কৰাৰ বাবে তৎপৰ হৈছে সঞ্চালক ৰবিৰাম বড়োই।উল্লেখ যে, কৃষি কাৰ্যৰ লগতে, হাঁহ কুকুৰা পালন, গাহৰি পালন আদি বিভিন্ন দিশৰ ওপৰত কেন্দ্ৰটোত দীৰ্ঘ দিনে নিবনুৱা লোক সকলক দি অহা হৈছে প্ৰশিক্ষণ। প্ৰশিক্ষণৰ সময়তেই বেংকৰ পৰা লোণ লোৱাৰো ব্যৱস্থা কৰি দিছে প্ৰতিষ্ঠানটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণহাট নাট্য মন্দিৰত জিলা ভিত্তিত বিজেপিৰ "গাঁও চলো অভিযান"ৰ কৰ্মশালা অনুষ্ঠিত। ৰাজ্যিক উপসভাপতি, জিলা সভাপতি উপস্থিত।
বৃহস্পতিবাৰে দিনযোৰাকৈ চৰাইদেউ জিলাৰ মৰাণহাট নাট্যমন্দিৰত অনুষ্ঠিত কৰা বিজেপি দলৰ চৰাইদেউ জিলাৰ...
Ducati Hypermotard 950 SP इंडियन मार्केट में लॉन्च, 950 RVE से 3 लाख रुपये ज्यादा कीमत
Ducati India ने Hypermotard range का एक नया वेरिएंट लॉन्च किया है। आरवीई की तुलना में नई एसपी एक...
વડોદરા: સયાજીગંજ પોલીસે મારામારીના ગુન્હા ના વોન્ટેડ આરોપીને ઝડપી પાડ્યો
વડોદરા: સયાજીગંજ પોલીસે મારામારીના ગુન્હા ના વોન્ટેડ આરોપીને ઝડપી પાડ્યો
अमेरिका ने लुप्तप्राय प्रजातियां संरक्षित करने के लिए उठाया कदम, भारतीय घड़ियाल और मगरमच्छ पर दिखाई दिलचस्पी
वाशिंगटन, अमेरिका के एरिजोना स्थित सबसे बड़े सरीसृप बैंक ने दक्षिण भारतीय राज्य तमिलनाडु से...
एक Status दो जगह आएगा नजर, सिंगल टैप में WhatsApp के साथ-साथ Fb का भी हो जाएगा काम
आज के समय में एक इंटरनेट यूजर एक से ज्यादा सोशल मीडिया प्लेटफॉर्म पर एक्टिव रहता है। जहां वॉट्सऐप...