সদৌ অসম তিৱা ছাত্ৰ সন্থা ৰহা আঞ্চলিক সমিতিৰ কাৰ্যালয়ত Boundary wall, Urinal নিৰ্মান কাৰ্য্য ৰ আধাৰশিলা ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ৰাখি নিৰ্মান কাৰ্য্য ৰ শুভাৰম্ভ কৰে।

   এই উপলক্ষে পূবা পুৰোহিত ৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা আধাৰশিলা স্থাপনপত বৰ্ষ ২০২৪-২৫বৰ্ষৰ বিধায়ক পুঁজি ৰে আবন্টিত ৫লাখ টকা ব্যয় সাপেক্ষে তিৱা ছাত্ৰ সন্থা ৰ কাৰ্যালয় ত নিৰ্মান হব লগা Boundary wall, urinal আৰু লেট্ৰিন নিৰ্মান কাৰ্য্য ৰ শুভাৰম্ভ কৰে বিধায়ক শশীকান্ত দাসে।

এই উপলক্ষে সদৌ অসম তিৱা ছাত্ৰ সন্থা উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং,সভাপতি প্ৰশান্ত মছৰং,নগাঁও জিলা তিৱা ছাত্ৰ সন্থা ৰ সভাপতি সিদ্ধান্ত বৰদলৈ, উপ সভাপতি ৰুপসিং চাংমাজী,সম্পাদক পাৰ্থপ্ৰতিম ডামলাং,ৰহা আঞ্চলিক সমিতিৰ উপদেষ্টা ৰাসপ্ৰসাদ মছৰং,সভাপতি দ্বীপসিং ডেকা ৰজা,সম্পাদক থানেশ্বৰ দেউৰী,গাঁও প্ৰধান পংকজ দেউৰী,ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদক ধ্ৰুব পাতৰ সহ তিৱা ছাত্ৰ সন্থা কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিক সমিতিৰ বিষয় ববীয়া আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।