অসম সন্তান,হিয়াৰ আমঠু,যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰুব জুবিন গাৰ্গলৈ বৃহতৰ ৰহাত বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰাৰ সমান্তৰালকৈ আজি ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবত জুবিন গাৰ্গ ৰ প্ৰতিচ্ছবি ৰ সম্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি জুবিন গাৰ্গ ৰ জনপ্ৰিয় গীত গাই গীত মাতে স্মৰন কৰে মুখ্য প্ৰশিক্ষক নিত্য কুমাৰ পাতৰ সহ অবিভাবক অবিভাবিকা আৰু ছাত্ৰ ছাত্ৰী সকলে।লগতে জুবিন গাৰ্গ ৰ মৃত্যু ৰ শোকত আজিও ৰহাৰ ব্যবসায় প্ৰতিষ্ঠান বন্ধ থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વિરમગામ બજાર બંધ કરાવવા જતા કોંગ્રેસ હોદ્દેદારોની અટકાયત
#buletinindia #gujarat #viramgam
’’ऑपरेशन भौकाल’’ के तहत पुलिस थाना रीको व डीएसटी टीम की कार्यवाही 30 कार्टन अवैध अग्रेजी शराब बरामद करने मे महत्वपुर्ण सफलता, एक मुलजिम गिरफ्तार
श्री नरेन्द्रसिंह मीना IPS जिला पुलिस अधीक्षक द्वारा जानकारी देते हुए बताया कि अवैध मादक पदार्थो...
BJP National President JP Nadda visits &offers prayers at Sri Venkateswara Swamy Temple in Tirupati
BJP National President JP Nadda visits &offers prayers at Sri Venkateswara Swamy Temple in...
মাজুলীত সুকলমে অনুষ্ঠিত হ'ল তৃতীয় বৰ্গ কৰ্মচাৰী নিযুক্তিৰ বাচনি পৰীক্ষা।
মাজুলীত সুকলমে অনুষ্ঠিত হ'ল তৃতীয় বৰ্গ কৰ্মচাৰী নিযুক্তিৰ বাচনি পৰীক্ষা। উজনি মাজুলী খেৰকটীয়া...