অসম সন্তান,হিয়াৰ আমঠু,যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰুব জুবিন গাৰ্গলৈ বৃহতৰ ৰহাত বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰাৰ সমান্তৰালকৈ আজি ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবত জুবিন গাৰ্গ ৰ প্ৰতিচ্ছবি ৰ সম্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি জুবিন গাৰ্গ ৰ জনপ্ৰিয় গীত গাই গীত মাতে স্মৰন কৰে মুখ্য প্ৰশিক্ষক নিত্য কুমাৰ পাতৰ সহ অবিভাবক অবিভাবিকা আৰু ছাত্ৰ ছাত্ৰী সকলে।লগতে জুবিন গাৰ্গ ৰ মৃত্যু ৰ শোকত আজিও ৰহাৰ ব্যবসায় প্ৰতিষ্ঠান বন্ধ থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
फंड जुटाने की घोषणा के बाद Adani Group के शेयरों पर दबाव, 5 प्रतिशत तक फिसले स्टॉक
नई दिल्ली, बिजनेस डेस्क। शेयर बाजार खुलने के साथ सोमवार को अदाणी ग्रुप के शेयरों में गिरावट...
চৰাইদেউ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত মূলাগাভৰু উচ্চ মাধ্যমিক বিদ্যালয়ত বিশেষ আইনী সজাগতা সভা অনুষ্ঠিত ।
নৱ গঠিত চৰাইদেউ জিলাৰ জজলী পাচ আলিৰ মাহমৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত মুলাগাভৰু উচ্চ মাধ্যমিক...
રાજયમંત્રી આર સી મકવાણા દ્વારા જન્મ દિવસની અનોખી રીતે ઉજવણી કરાઈ.
રાજયમંત્રી આર સી મકવાણા દ્વારા જન્મ દિવસની અનોખી રીતે ઉજવણી કરાઈ.
কলাই গাঁৱৰ প্ৰগতিশীল জনমঞ্চৰ প্ৰেক্ষাগৃহত আজি বিষ্ণু ৰাভা দিবসৰ স্থগিত কাৰ্যসূচী ৰূপায়ন
শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভা আৰু বিষ্ণুজ্যোতি সাংস্কৃতিক গোষ্ঠীৰ যুটীয়া উদ্যোগত আয়োজিত...
Okaya EV का त्योहारी सीजन से पहले ग्राहकों को बड़ा तोहफा, कंपनी दे रही है 4,999 रुपये का बंपर डिस्काउंट
कंपनी ने अपने ग्राहकों को 4999 मूल्य की एक्सेसरीज़ और रोड साइड असिस्टेंस की पेशकश कर रही है। आपको...