ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ শিক্ষয়ত্ৰী, সাহিত্যিক, অনুবাদক তথা নগাঁও ৰ বোৱাৰী,বোকাখাতৰ জিয়ৰী নিবেদিতা শইকীয়াক জনপ্ৰিয় উপন্যাস দেবদাস, অসমীয়া অনুবাদ "দেবদাস, এক অসমাপ্ত প্ৰেম গাথা"ৰ বাবে ১৬চেপ্তেম্বৰত কলকতা ৰ শৰৎ স্মৃতি সদনত অনুষ্ঠিত হোবা বঁটা প্ৰদান অনুষ্ঠামত বংগৰ শৰৎ সমিতিয়ে শৰৎ অনুবাদ বঁটা ২০২৫প্ৰদান কৰা হয়।

  বটাঁ ত ৩০হাজাৰ টকাৰ চেক,স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হয়।

    শৰৎ অনুবাদ বঁটা লৈ নগাঁও, ৰহা ৰ লগতে বোকাখাতলৈ গৌৰৱ কঢিয়াই অনা নিবেদিতা শইকীয়ালৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শুভেচ্ছা জনাইছে।