ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবত আজি সুধাকন্ঠ ড° ভূপেন হাজৰিকা ৰ ওপজা দিন উপলক্ষে সুধাকন্ঠৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ক্লাবৰ সভাপতি চপন কুমাৰ চোতিয়াই।
ক্লাবৰ সম্পাদক সঞ্জীৱ কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানত ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবৰ মুখ্য প্ৰশিক্ষণ নিত্য কুমাৰ পাতৰ সহ ক্লাবৰ অবিভাবক, অবিভাবিকা,ছাত্ৰ,ছাত্ৰিয়ে পুষ্পাঞ্জলী অৰ্পন কৰি শ্ৰদ্ধাৰে সুধাকন্ঠক স্মৰণ কৰে।