হোজাইত ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ।ৰবীন্দ্ৰনাথ টেগৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ৰূপায়ন কৰা হৈছে এই উত্তাল প্ৰতিবাদ।বিশ্ববিদ্যালয়ত নামভৰ্তি বন্ধ ৰখা,মাচুল বেছি লোৱা আদিকে ধৰি আন কেইবাটাও সমস্যাৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ প্ৰৱেশ গেট বন্ধ সাব্যস্ত কৰে প্ৰতিবাদ।প্ৰতিবাদী সকলে বিভিন্ন ধৰণৰ শ্লোগানেৰে কঁপাই তোলে বিশ্ববিদ্যালয় চৌহদ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તળાજા તાલુકાના અલંગ સોસીયા સરતાનપર બંદર સહિતના સમુદ્રમાં કરંટ જોવા મળ્યા
તળાજા તાલુકાના અલંગ સોસીયા સરતાનપર બંદર સહિતના સમુદ્રમાં કરંટ જોવા મળ્યા
এআইইউডিএফ-বিজেপিৰ গোপন মিতিৰালি, বিজেপিৰ সৈতে বন্ধুত্ব আছে আজলমৰঃ ৰিপুণ বৰা
আজি নগাঁও জিলাৰ সাহিত্য সভা ভৱনত তৃণমূল কংগ্ৰেছৰ বিশাল যোগদান সভা অনুষ্ঠিত হয়। এই সভাত অংশ গ্ৰহণ...
Top Stock Picking | Intraday में ये Quick Singles के साथ तैयार करें अपना Portfolio, आपका बनेगा पैसा?
Top Stock Picking | Intraday में ये Quick Singles के साथ तैयार करें अपना Portfolio, आपका बनेगा पैसा?
আকৌ যদি হয় কা আন্দোলন, তেন্তে কি হ´ব সাধাৰণ জনতাৰ?
কাইলৈৰ পৰা অৰ্থাত্ ১৬ আগষ্টৰ পৰা ৰাজ্যত পুনৰ CAA আন্দোলন হোৱাৰ কথা| সমুজ্জল ভট্টাচাৰ্যৰ নেতূত্বত...
આદિતપરા ગામે બાઈકે હડફેટે યુવાનનું મોતપોલીસ ફરિયાદ નોંધાઇ
આદિતપરા ગામે બાઈકે હડફેટે યુવાનનું મોતપોલીસ ફરિયાદ નોંધાઇ