ৰহা নিবাসী তথা ক্ৰীড়া প্ৰেমী  সুধন্য কুমাৰ সেনাপতিক ক্ৰীড়া ৰ ক্ষেত্ৰত দিয়া অবদানৰ বাবে ক্ৰীড়া শিৰোমনি বঁটা ২০২৫প্ৰদান কৰা হয়।

     গুৱাহাটীৰ লোক নিৰ্মান প্ৰেক্ষাগৃহ ত আজি দৈনিক বাতৰি কাকত নতুন স্বদেশ চতুৰ্থ বৰ্ষপূৰ্তী আৰু জনপ্ৰিয় আলোচনী ৰহস্য ৰ  ৫২বছৰিয়া সফলতাৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ উপলক্ষে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ক্ৰীড়া ক্ষেত্ৰত দি অহা অবদানৰ বাবে সুধন্য কুমাৰ সেনাপতিক ক্ৰীড়া শিৰোমনি বঁটা ২০২৫ প্ৰদান কৰা হয়।