আজি ভাদৰ এক তাৰিখ : মাজুলীৰ নামঘৰে নামঘৰে ভদীয়া নাম ৷

মাজুলীৰ ৩৫ সত্ৰ তিনি শতাধিক নাম ঘৰত নামৰ ৰসত বিলিন ভকত বৈষ্ণৱ ৷

মাজুলীৰ আকাশত এতিয়া আধ্যাত্মিক ৰসৰ গুঞ্জণ , 

খোল -তাল ৰ মাতত ৰজনজনাইছে মাজুলীৰ আকাশ ৷