আজি কলাই গাঁও প্ৰগতিশীল জনমঞ্চত অনুষ্ঠিত বিভাজন বিভীষিকা অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ই এম দিগন্ত বৰুৱা আৰু বিধায়ক পৰমানন্দ ৰাজবংশীৰ লগতে বিজেপিৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।
কলাইগাঁৱৰ প্ৰগতিশীল জনমঞ্চত বিজেপিৰ বিভাজন বিভীষিকা অনুষ্ঠানত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া
