শিৱসাগৰ সদৰত উপস্থিত হৈ অনুসূচীত জাতি যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা বাজেটক লৈ মন্তব্য প্ৰদান কৰে ।অনুসূচীত জাতিৰ কোনো ধৰণৰ উন্নয়ণ মুলক আঁচনি নাই বাজেটত। তদুপৰি সাংবাদিক দিলৱাৰ হুচেইন মজুমদাৰৰ ওপৰত অসম চৰকাৰে চলোৱা অত্যাচাৰৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
কেন্দ্ৰীয় বাজেটত চৰকাৰে অনুসূচীত জাতিক প্ৰতাৰণা কৰিলে" শিৱসাগৰত অনুসূচীত জাতি যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতিৰ প্ৰতিক্ৰিয়া।
