শিৱসাগৰ নগৰৰ মাজমজিয়াত দ'লমুখ চাৰি আলিত আজিপ্ৰতিবাদ সাব্যস্ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা সমিতিৰ।পলিটেকনিক সমুহত অস্থায়ী ভাৱে নিযুক্ত অংশকালীন প্ৰৱক্তা সকলক চাকৰিৰ পৰা অব্যাহতি দিয়া কাৰ্য্যৰ বিৰোধীতা কৰি এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়িত কৰা হয়। শীঘ্ৰেই এই সকল প্ৰবক্তাক চাকৰিত নিযুক্তি প্ৰদান কৰি নিয়মীয়া কৰণৰ দাৱী জনাই প্ৰতিবাদ কাৰী সকলে।
শিৱসাগৰ সদৰত পলিটেকনিকৰ প্ৰবক্তাক চাকৰিৰ পৰা অব্যাহতি দিয়া কাৰ্য্যৰ বিৰোধীতা কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।
