অসমীয়া গহনাৰ জনপ্ৰিয় প্ৰতিষ্ঠান ডুগডুগী ৰ স্বতাধিকাৰী তথা কবি, লেখক,সমাজকৰ্মী উৎপল বনিয়া লৈ নিজৰ কৰ্মৰাজীৰে  সমাজলৈ দি অহা অবদান ৰ  বাবে DA Network অসম ৰ ফালৰ পৰা (Excellence Social Activities Award of the year2024)  Golden award 2024(Season 3)ৰ বাবে বাচনি কৰা হৈছে।

     অহা ২৭ ফেব্ৰুৱাৰী ত গুৱাহাটী জ্যোতি চিত্ৰবনত এই বঁটা প্ৰদান কৰা হব।