ৰিল বনাই বিপদত পৰিব পাৰে আপুনিও । আজিকালি সকলোৰে বাবে জনপ্ৰিয় এই ৰিল,facebook অথবা instagram ত সকলোৱেই ৰিল বনাই আমোদ লোৱা দেখিবলৈ পোৱা যায় কিন্তু ৰিল(Reel)বনাই একাংশ বিপদত পৰাও দেখিব পোৱা গৈছে । ৰিল হৈছে ৮চেকেণ্ড বা অলপ বেছি ১৫চেকেণ্ড ৰ এটা ভিডিও যত গান বা চিনেমাৰ কথোকপথন লৈ ভিডিও বনোৱা হয় । সৌ সিদিনা গুৱাহাটীৰ পাণ্ডু ঘাটত লৰা এজনে ৰিল বনাই থাকোতে ব্ৰহ্মপুত্ৰ ত নিৰুদ্দেশ হৈ যায় । Sdrf/Ndrf এ অভিযান চলাই যদিও সন্ধান এতিয়ালৈ পোৱা নাই । গতিকে ৰিল বনাওঁক নিজৰ আমোদ প্ৰমোদৰ কাৰণে । বহুতে ৰিল বনাই followers আশাত বা like commentr আশাত,সেই followers নাপালেও বহুতে হতাশাত পৰি বিভিন্ন পথ বাছি লোৱা দেখা গৈছে ।।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jefferies Report on Mid-Smallcap Correction | भारी Volumes के चलते आगे भी गिरावट संभव |Business News
Jefferies Report on Mid-Smallcap Correction | भारी Volumes के चलते आगे भी गिरावट संभव |Business News
યુરોપીયન ડેલીગેશન અને કેન્દ્રીય શિપિંગ મંત્રી સાથે સાંસદે અલંગની મુલાકાત કરી
યુરોપીયન ડેલીગેશન અને કેન્દ્રીય શિપિંગ મંત્રી સાથે સાંસદે અલંગની મુલાકાત કરી
चाइनीज मांझा ( डोरी ) का उपयोग ना करे न करने दे, मौत की डोर, video जरूर देखे, पंछी के लिए खास
चाइनीज मांझा ( डोरी ) का उपयोग ना करे न करने दे, मौत की डोर, video जरूर देखे, पंछी के लिए खास
ચેન્નઈ ની શાકમાર્કેટમાં થી નાણાં મંત્રી શાકભાજી ની ખરીદી કરી રહ્યા છે વાયરલ થયો વીડિયો
ચેન્નઈ ની શાકમાર્કેટમાં થી નાણાં મંત્રી શાકભાજી ની ખરીદી કરી રહ્યા છે વાયરલ થયો વીડિયો