ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক বৃক্ষ ৰোপন আচনিৰ অন্তৰ্গত "শ্যামলী চৌহদ" কাৰ্যসূচীৰ লগত সংগতি ৰাখি জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়। মহাবিদ্যালয়খনৰ অধক্ষ্য অজিত হাজৰিকাই শুভাৰম্ভ কৰা এই কাৰ্যসূচীৰ পাছত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজে মহাবিদ্যালয় খনৰ চৌহদত সৰ্বমুঠ ৭৫ জোপা ফলমুলৰ লগতে বিভিন্ন গছৰ পুলি ৰোপন কৰে।মহাবিদ্যালয়ৰ পৰিবেশ আৰু জলবায়ু কোষৰ দ্বাৰা এই কাৰ্যসূচী ৰূপায়ন কৰা হয়। সমগ্ৰ অসমতে যোৱা ১৫ জুলাইৰ পৰা আৰম্ভ হোৱা এই কৰ্মসূচী অহা ১৫ আগষ্টলৈকে অব্যাহত থাকিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
হৰ ঘৰ ত্ৰিৰংগা
আজি শিৱসাগৰ নগৰত "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্য্যসূচী পালন কৰাৰ লক্ষ্যৰে গঠন কৰা দুটা ত্ৰিৰংগা বিক্ৰী...
રાધનપુર સર્કિટ હાઉસ ખાતે યુથ કોંગ્રેસ કારોબારીની બેઠક યોજાઈ | SatyaNirbhay News Channel
રાધનપુર સર્કિટ હાઉસ ખાતે યુથ કોંગ્રેસ કારોબારીની બેઠક યોજાઈ | SatyaNirbhay News Channel
US Market Rally | Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा? | Business News | CNBC
US Market Rally | Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा? | Business News | CNBC
ખાદી ભંડારમાં થયેલ ચોરીને ગણતરીની કલાકોમાં ડિટેક્ટ કરવામાં સફળતા મેળવતી કીર્તિ મંદિર પોલીસ
ખાદી ભંડારમાં થયેલ ચોરીને ગણતરીની કલાકોમાં ડિટેક્ટ કરવામાં સફળતા મેળવતી કીર્તિ મંદિર પોલીસ