শিৱসাগৰ কৰদাতা নাগৰিক মঞ্চৰ আইনী উপদেষ্টা, বিশিষ্ট আইনজ্ঞ, আৰু একনিষ্ঠ সমাজ সেৱক দিলীপ বৰুৱাৰ আজি ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।তেখেতৰ মৃত্যুত শিৱসাগৰ যুৱদল, জ্যেষ্ঠ নাগৰিক সন্থা,উকীল সন্থা, দৃশ্যপট, শিৱসাগৰ ব্ৰাহ্মন সমাজ, আমোলাপট্টি প্ৰাথমিক বিদ্যালয়, হিন্দু ধৰ্মসভা নামঘৰ, সাৰথি,মহিলা সমিতি, ৰংপুৰ সাহিত্য সভা, ৰংপুৰ কলাকেন্দ্ৰ, ব্ৰীজ এচছিয়েশ্যন, কালীমন্দিৰ পূজা সমিতিকে আদিকৰি ১৮টা দল সংগঠনে তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।তেখেতৰ নশ্বৰ দেহ শান্তিঘাট শ্মশানত শেষকৃত্য সমাপন কৰে।মৃত্যুৰ সময়তচাৰিগৰাকী ভনীয়েক আৰু এজন ভায়েকক এৰি থৈযায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભવન્સ કૉલેજના વિદ્યાર્થીઓએ અમુલ ડેરી (આણંદ) અને અમુલ ચોકલેટ પ્લાન્ટ (મોગર)ની મુલાકાત લીધી.
ભવન્સ કૉલેજના વિદ્યાર્થીઓએ અમુલ ડેરી (આણંદ) અને અમુલ ચોકલેટ પ્લાન્ટ (મોગર)ની મુલાકાત લીધી.
विभागीय कार्याे की साप्ताहिक समीक्षा बैठक आयोजित नगर परिषद शहर के मुख्य मार्गो से अतिक्रमण हटाने की कार्यवाही सुनिश्चित करें- जिला कलक्टर
बालोतरा, 05 नवंबर। जिला कलक्टर श्री सुशील कुमार यादव की अध्यक्षता में मंगलवार को कलेक्ट्रेट...
જો જો હોં! ડિજિટલ ચોર તમને ફસાવી ના દેય! 2 વર્ષમાં લોકોના 1500 કરોડ ઠગ્યા । Jamawat
જો જો હોં! ડિજિટલ ચોર તમને ફસાવી ના દેય! 2 વર્ષમાં લોકોના 1500 કરોડ ઠગ્યા । Jamawat
दीपावली पर गांव गए थे माता पिता, बेटे ने गले मे फंदा लगाकर दी जान
कोटा।
बोरखेड़ा थाना क्षेत्र में एक 26 वर्षीय युवक ने गले मे फंदा लगाकर आत्महत्या कर ली। घटना के...