ৰাজ্যৰ স্কুল বাছসমূহত CCTV কেমেৰা স্থাপন কৰিবলৈ নিৰ্দেশ পৰিবহণ বিভাগৰ। চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়ৰ স্কুল বাছত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ অসম পৰিবহণ বিভাগৰ। স্কুল বাছত ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ এই নিৰ্দেশ। ৰাজ্যৰ স্কুল বাছৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে নতুন নিৰ্দেশনা গৃহীত কৰাৰ পিছতে এই নিৰ্দেশ জাৰি পৰিবহণ বিভাগৰ। ইয়াৰ উপৰিও সকলো বাছতে জিপিএছ ডিভাইচ স্থাপন কৰাৰ লগতে বাধ্যতামূলকভাৱে প্ৰাথমিক চিকিৎসাৰ কিট ৰাখিবলৈও নিৰ্দেশ। যিকোনো নিৰ্দেশনা উলংঘা কৰিলে ১০ হাজাৰ টকা জৰিমনা বিহা হ’ব বুলিও পৰিবহণ বিভাগে সতৰ্ক কৰি দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Migraine का सबसे असरदार घरेलु उपचार | Get Rid Of Migraine (100% Practical Tips)
Migraine का सबसे असरदार घरेलु उपचार | Get Rid Of Migraine (100% Practical Tips)
ગારીયાધાર પોલીસે પેટ્રોલિંગ દરમિયાન બે ઇસમોને દારૂ પીધેલી હાલતમાં ઝડપી પાડયા
ગારીયાધાર પોલીસે પેટ્રોલિંગ દરમિયાન બે ઇસમોને દારૂ પીધેલી હાલતમાં ઝડપી પાડયા