স্বাস্থ্যবিভাগৰ যুটিয়া স্বাস্থ্যসঞ্চালক ডাঃ মাখন চন্দ্ৰ কলিতাই সংবাদ মেল সম্বোধন কৰেশণিবাৰে। শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত শিৱসাগৰ আদৰ্শ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত এই সংবাদ মেল অনুস্থিত কৰাহয় জিলা স্বাস্থ্যবিভাগৰ পৰা।৩ডিচেম্বৰৰ পৰা ৫ডিচেম্বৰলৈ স্বাস্থ্যসেৱা উৎসৱ তৃতীয় শিৱসাগৰ জিলা।স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ উদ্দেশ্যে শিৱসাগৰ জিলাৰ মুঠ ৪৫খন স্বাস্থ্যপ্ৰতিষ্ঠানৰ মূল্যায়ন কৰিব এই স্বাস্থ্য সেৱা উৎসৱত ।আন্তঃগাঠনি, পৰিস্কাৰ পৰিচ্ছন্নতা সংক্ৰমণ নিয়ন্ত্ৰণ, আৰু ৰোগী সেৱাৰ ওপৰত গুৰুত্ব আৰোপকৰি অনুষ্ঠিত হ'ব স্বাস্থ্যসেৱা উৎসৱ।যুটিয়া স্বাস্থ্যসেৱা সঞ্চালক মাখন চন্দ্ৰকলিতাৰ উপৰিও সংবাদ মেলত উপস্থিত থাকে শিৱসাগৰ আঁচনি প্ৰৱন্ধক ধ্ৰুৱজ্যোতি শইকীয়াৰ লগতে জিলাস্বাস্থ্য বিভাগৰ বহু কেইগৰাকী বিষয়-ববীয়া।শিক্ষা বিভাগৰ গুণোৎসৱৰ জৰিয়তে শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ দিশত অনুপ্ৰানিত হৈ ssu লক্ষ্য হৈছে আই টি ইএছৰ অনুসৰণ বৃদ্ধি কৰা। আৰু লক্ষ্য নিৰ্ধাৰণ কৰা সম্পদৰ ব্যৱধান দূৰ কৰা।প্ৰথম পৰ্য্যায়ত স্বাস্থ্যসেৱা উৎসৱ ৬এপ্ৰিলৰ পৰা ৮এপ্ৰিল ২০২৩ অনুষ্ঠিত হৈছিল দ্বিতীয় পৰ্য্যায়ত ২০নৱেম্বৰৰপৰা ২২নৱেম্বৰত আৰু ২০২৪ত ৩ডিচেম্বৰৰ পৰা ৫ডিচেম্বৰলৈ শিৱসাগৰত অনুস্থিত হ'ব।শিৱসাগৰ জিলা চিকিৎসালয় , চাৰিখন সামুহিক স্বাস্থ্যকেন্দ্ৰ, ২৮খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, আৰু ৫টাআয়ুষ্মান আৰোগ্য মণ্ডিত আৰু ৬খন আৰু পি পিচি চাহৰ বাগিচাত এই উৎসৱ অনুষ্ঠিত হ'ব জিলা স্বাস্থ্য বিভাগৰ
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
I Phone Only 5000🔥 Cheapest Second Hand Mobile Market in Guwahati/
I Phone Only 5000🔥 Cheapest Second Hand Mobile Market in Guwahati/
আপোনালোকৰ সুবিধাৰ্থে এই...
ડભોય સ્વયં સૈનિક દળ દ્વારા રેલી યોજી આવેદનપત્ર આપવામાં આવ્યું
ડભોય સ્વયં સૈનિક દળ દ્વારા રેલી યોજી આવેદનપત્ર આપવામાં આવ્યું
અમદાવાદઃ ક્રાઈમ બ્રાન્ચે 28 લાખના MD ડ્રગ્સ સાથે 4ની ધરપકડ
અમદાવાદ ક્રાઈમ બ્રાન્ચે શહેરમાં આવતા MD ડ્રગ્સ સાથે ચાર લોકોની ધરપકડ કરી છે. પકડાયેલા આરોપીઓ પૈકી...
યુવક-યુવતીએ કર્યો આપઘાત: બાઇક પર આવી થરાદની મુખ્ય કેનાલમાં કૂદી ગયેલા યુવક-યુવતીનો મૃતદેહ મળી આવ્યો
થરાદ પાસેથી પસાર થતી નર્મદાની મુખ્ય કેનાલમાં ગત રોજ જમડા પુલિયા પાસે કેનાલ પર અજાણી વ્યક્તિએ...