ৰাজ্যত অহা ২১ আৰু ২৮ আগষ্ট তাৰিখে বন্ধ থাকিব ইন্টাৰনেট সেৱা। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ৰাজ্যৰ ২৬০০০ চৰকাৰী চাকৰি নিযুক্তিৰ পৰীক্ষাৰ বাবে পুৱা ১০ বজাৰ পৰা ১২ বজালৈআৰু ২বজাৰ পৰা ৪ বজালৈ চাৰি ঘন্টাৰ বাবে ২১ আৰু ২৮ আগষ্ট তাৰিখে পৰীক্ষা কেন্দ্ৰৰ সমীপৰ সকলো ঠাইতে ইন্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এইবাৰ পৰীক্ষা যাতে নিয়াৰিকৈ হয় তাৰবাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें खरीदारी
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें...
राहुल, सोनिया और प्रियंका गांधी राजनीतिक गिद्ध, लाशें सरकारों के हिसाब से देखते हैं-गौरव भाटिया
कलकत्ता में रेजिडेंट डॉक्टर के रेप और हत्या के मामले में बीजेपी के राष्ट्रीय प्रवक्ता गौरव भाटिया...
ખાંભા ગામે યુવાન ગળાફાંસો ખાઇ જીવનનો અંત આણ્યો
સિહોર નજીક આવેલ ખાંભા ગામે અરૂણ જાદવ નામના વ્યક્તિએ જિંદગીથી કંટાળી મોતને વ્હાલું કરી દીધું છે...
विश्व मानसिक स्वास्थ्य दिवस पर रैली एवं कार्यक्रम का आयोजन
बालोतरा, 10 अक्टूबर। माननीय राजस्थान राज्य विधिक सेवा प्राधिकरण, जयपुर के एक्शन प्लान के...