জনসাধাৰণৰ সম্পাদক,সাহিত্যিক ড° শিৱনাথ বৰ্মন অসুস্থ৷ গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত ভৰ্ত্তি হৈ আছে সাহিত্যিক গৰাকী৷ কেইবাটাও ৰোগত আক্ৰান্ত হৈ চিকিত্সাধীন ড০ শিৱনাথ বৰ্মন৷ মধুমেহ, বৃক্ক, হৃদ আদিৰ ৰোগত আক্ৰান্ত বিশিষ্ট সাহিত্যিকজন৷ প্ৰথমে তেওঁক ICU ত ভৰ্ত্তি কৰাইছিল যদিও বৰ্তমান কেবিনলৈ স্থানান্তৰ কৰা হয়৷ বৰ্তমান সাহিত্যিক জনৰ স্বাস্থ্য পূৰ্বতকৈ কিছুপৰিমাণে সুস্থ৷ এসপ্তাহৰ ভিতৰতে ঘৰলৈ যাব দিয়া হব বৰ্মনক৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નિરમાના સોજન્યથી રમત ગમતના ખેલાડીઓને 482 સ્પોર્ટ કિટનું વિતરણ કરાયું
ભાવનગર સ્પોર્ટ્સ કોમ્પ્લેક્સ ખાતે નિરમા કંપનીના સૌજન્યથી ડિસ્ટ્રિક્ટ લેવલ સ્પોર્ટ્સ સંકુલ...
অমুদবৰবাৰীত বানত ডুব গ'ল মাহখেতি
অমুদবৰবাৰীত বানত ডুব গ'ল মাহখেতি।লোকচান হ'ল বিঘাই বিঘাই মাহখেতি।চৰকাৰক তীব্ৰ সমালোচনা সোৱণশিৰি...
કાનપુરની ગર્લ્સ હોસ્ટેલમાં MMS કાંડ, સ્વીપરની ધરપકડ @Sandesh News
કાનપુરની ગર્લ્સ હોસ્ટેલમાં MMS કાંડ, સ્વીપરની ધરપકડ @Sandesh News
PORBANDAR પોરબંદરમાં આમ આદમી પાર્ટીના અમુક કાર્યકરો ભાજપમાં જોડાયા 19 11 2022
PORBANDAR પોરબંદરમાં આમ આદમી પાર્ટીના અમુક કાર્યકરો ભાજપમાં જોડાયા 19 11 2022