ৰহাৰ চাপৰমুখ চকিয়াল গাওঁ নিবাসী নাৰায়ন দাস আৰু ফুলমনি দাসৰ কন্যা তথা চাপৰমুখ চেন্ট বেচিল্চ একাডেমী ৰ ৩য় শ্ৰেনীৰ ছাত্ৰী হিমলী দাসে ১৪নবেম্বৰত দিল্লী গুডগাওঁত অনুষ্ঠিত India next master kids season 4 ৰ গ্ৰেণ্ড ফাইনেলত কনমানি হিমলীয়ে সুন্দৰ নৃত্য পদৰ্শন কৰি নৃত্য শাখাত বিজয়ী হৈ ৰহাৰ লগতে চাপৰমুখ লৈ গৌৰব কঢিয়াই আনিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে হিমলিয়ে ইতিমধ্যে টিভি ৰিয়েলটী শ্ব India dance power 2ৰ অডিচনত নিৰ্বাচিত হৈ অহা ডিচেম্বৰ মাহত মুম্বাইত অনুষ্ঠিত হব লগা টেলেন্ট শ্ব ত নৃত্য প্ৰদৰ্শন ৰ বাবে সুযোগ লাভ কৰিছে।