তেজপুৰৰ চহৰৰ উত্তৰ ফালে এটা সৰু পাহাৰ বা টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰৰ অবস্থান। সাধাৰণতে জানিবই পৰা যায় ভৈৰৱ মানে কোন বহু যুগ যুগৰ পৰা এই মন্দিৰত হিন্ধু সকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মহাভৈৰৱ মন্দিৰৰ নিৰ্মান কৰিছিল। মন্দিৰৰ সম্পুৰ্ণ ভূমি পৰিমাণ হৈছে ১৫৯ কঠা ৩ লেচা। মন্দিৰৰ চাৰিওকাষে ভগ্নাবশেষ সমুহৰ পৰা এইটো অনুমান কৰিব পৰা যায় যে মূল মন্দিৰক কেন্দ্ৰ কৰি আৰু বহু সৰু সৰু মন্দিৰ নিৰ্মাণ কৰা হৈছিল। কথিত আছে যে বাণৰজাৰ জী উষাই এই মন্দিৰত এ নিতৌ পূজা অৰ্চনা কৰিছিল। মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ আকাৰৰ শিৱলিংগ আছে এই লিংগৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ প্ৰস্থ ২.৩ মিটাৰ । মহাভৈৰৱ মন্দিৰৰ মূল এই শিৱ লিংগ এছিয়া মহাদেশৰ বৃহৎ শিৱলিংগৰ ভিতৰত এটি অন্যতম । পৌৰাণিক আখ্যান অনুসৰি বাণ ৰজাই ইষ্ট দেৱতা শিৱক পূজা-অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰৰ নিৰ্মাণ কৰিছিল । মন্দিৰৰ ভৌগলিক অবস্থান হৈছে ২৬° অক্ষাংশ আৰু পূৱে ৯২°দ্ৰাঘিমাংশ । আগতে এই মন্দিৰ শৈল নিৰ্মিত আছিল পাছলৈ আহোম ৰাজত্ব কালত আকৌ পুণৰ নিৰ্মাণ কৰা হয় । প্ৰচণ্ড ধুমুহাৰ ফলত মন্দিৰৰ তোৰণ ভাগ ভাগি চুৰ-মাৰ হোৱাত তোৰণৰ লগতে মন্দিৰৰ বহু অংশ দ্বিতীয় বাৰলৈ পুণৰ নিৰ্মাণ কৰা হয় । ইতিহাস মতে তুংখুঙীয়া বংশৰ দ্বাৰা দান দিয়া দেৱোত্তৰ ভূমিত এই মন্দিৰ নিৰ্মাণ কৰা হয়।মন্দিৰ পৰিচালনাৰ বাবে তেওঁলোকে ইয়াত পুজাৰী আদি নিয়োগ কৰিছিল । বৰ্তমান অসম চৰকাৰৰ হস্তক্ষেপত এখন পৰিচালনা সমিতিৰ দ্বাৰা এই মন্দিৰ পৰিচালনা কৰা হয় । মন্দিৰত দৈনিক পূজা-অৰ্চনাৰ লগতে বিবাহ , অন্ন-প্ৰসন্ন আদি সম্পন্ন হয় । প্ৰতি বছৰে মহাশিৱ ৰাত্ৰি এই মন্দিৰত ধুম ধামকৈ পালন কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દેવગઢ બારિયા પોલીસ સ્ટેશનમાં ફરજ બજાવતા સબ ઇન્સ્પેક્ટર એન જે પંચાલ નું એલસીબી ખાતે બદલી કરાઈ
દેવગઢ બારિયા પોલીસ સ્ટેશનમાં ફરજ બજાવતા સબ ઇન્સ્પેક્ટર એન જે પંચાલ નું એલસીબી ખાતે બદલી કરાઈ
શિહોદ પુલ બંધ થતા લોકો જીવના જોખમે નદી પસાર કરવા મજબુર : તંત્રના વાંકે લોકો જીવનું જોખમ ખેડવા મજબૂર
શિહોદ પુલ બંધ થતા લોકો જીવના જોખમે નદી પસાર કરવા મજબુર : તંત્રના વાંકે લોકો જીવનું જોખમ ખેડવા...
कोटा में एक ही परिवार के तीन लोगों पर चाकूओ से हमला जानिए पूरी खबर
कोटा एंकर कोचिंगनगरी में चाकूबाजी की वारदाते थमने का नाम नही ले रही है
पाटनपोल इलाके में...
हरबिंदर ढिल्लों सिंह ने संभाला बूंदी उपखण्ड अधिकारी का पदभार
बूंदी। राजस्थान प्रशासनिक सेवा की 2018 बैच की आरएएस अधिकारी हरबिंदर ढिल्लों सिंह ने मंगलवार को...
1 जनवरी 2025 से महंगी हो जाएगी BMW की गाड़ियां, कीमतों में होगी 3% की बढ़ोतरी
जर्मन ऑटोमेकर BMW भारतीय बाजार में 1 जनवरी 2025 से अपनी गाड़ियों की कीमत में बढ़ोतरी करने जा रही...