ধেমাজি ২৬জুলাই,দেশৰ মাননীয় প্ৰধান মন্ত্ৰীৰ ডাঙৰীয়া আগ্ৰহ ক্ৰমে সকলো ঘৰে ঘৰে তিৰঙ্গা পাতকা উৰুৱা লক্ষ্যৰে সোমবাৰে ধেমাজি পৌৰসভা প্ৰাঙ্গনত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান সহযোগত এটি " ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ " শুভ উদ্বোধনী কৰে।উক্ত কাৰ্যসূচীত উপস্থিত থাকে ধেমাজি পৌৰসভাৰ পৌৰপতি দীপৰেখা দাস বাৰ্ঘ্ৰী, পৌৰসভা কাৰ্য্যবাহী বিষয়া শ্ৰীমতী নন্দিতা বৰা , উপ-পৌৰপতি বিপ্লৱ কোৱঁৰকে প্ৰমুখ্য কৰি ৱাৰ্ড সদস্য-সদস্যা সকল।
ধেমাজি পৌৰসভা প্ৰাঙ্গনত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সহযোগত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ "শুভ উদ্বোধন কৰে"

