মাজুলীত আটক শিশু অপহৰণ কাৰী ৷ উজনি মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত উজনি চেৰেপাই গাঁৱৰ ভাস্কৰ পেগু নামৰ লোক জনৰ ঘৰত প্ৰৱেশ কৰি চাৰি বছৰীয়া কন্যা সন্তান টিংকল পেগুক কুলাত লৈ শিশু সৰবৰাহকাৰীটো মানুহঘৰৰ পৰা পলাবলৈ লওঁতেই মাতৃয়ে টোপনিৰ পৰা সাৰ পায় চুৰ চুৰ বুলি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ লগে লগে স্থানীয় লোকে অপহৰণকিৰী টোক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৷ স্থানীয় ৰাইজে এই অপহৰণ কাৰীটোক সুধাপুছা কৰাত আৰু তিনিজন লোক আছিল বুলি মন্তব্য কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુજરાત ગૌરવ યાત્રા નું મહુવા ખાતે આગમન
ગુજરાત ગૌરવ યાત્રા નું મહુવા ખાતે આગમન
মৰাণৰ হিংৰীজানত উদণ্ড অট' চালকৰ খুন্দাত এগৰাকী ছাত্ৰীৰ মৃত্যু, আহত আন দুগৰাকী
মৰাণৰ হিংৰীজানত উদণ্ড অট' চালকৰ খুন্দাত এগৰাকী ছাত্ৰীৰ মৃত্যু, আহত আন দুগৰাকী
ચાર વર્ષની બાળકીને અડપલા કરી દુષ્કર્મ કરનાર આરોપી અને સહ આરોપીને ગણતરીના કલાકોમાં પકડી પાડતી ખાંભા પોલીસ ટીમ
ચાર વર્ષની બાળકીને અડપલા કરી દુષ્કર્મ કરનાર આરોપી અને સહ આરોપીને ગણતરીના કલાકોમાં પકડી પાડતી...
World Cup 2023 ENG Vs NED: नीदरलैंड को इंग्लैंड के खिलाफ पहली ODI जीत की तलाश, टॉप-8 की लड़ाई जारी
World Cup 2023 ENG Vs NED: नीदरलैंड को इंग्लैंड के खिलाफ पहली ODI जीत की तलाश, टॉप-8 की लड़ाई जारी
રાધનપુર મહાજનવાળા પાસે રાત્રે બાઈક ચોરીની ઘટના | SatyaNirbhay News Channel
રાધનપુર મહાજનવાળા પાસે રાત્રે બાઈક ચોરીની ઘટના | SatyaNirbhay News Channel