মাজুলীত আটক শিশু অপহৰণ কাৰী ৷ উজনি মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত উজনি চেৰেপাই গাঁৱৰ ভাস্কৰ পেগু নামৰ লোক জনৰ ঘৰত প্ৰৱেশ কৰি চাৰি বছৰীয়া কন্যা সন্তান টিংকল পেগুক কুলাত লৈ শিশু সৰবৰাহকাৰীটো মানুহঘৰৰ পৰা পলাবলৈ লওঁতেই মাতৃয়ে টোপনিৰ পৰা সাৰ পায় চুৰ চুৰ বুলি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ লগে লগে স্থানীয় লোকে অপহৰণকিৰী টোক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৷ স্থানীয় ৰাইজে এই অপহৰণ কাৰীটোক সুধাপুছা কৰাত আৰু তিনিজন লোক আছিল বুলি মন্তব্য কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધારા જોષીએ જામનગર નું નામ સમગ્ર ગુજરાતમાં ફેશન શો નું નામ રોશન કર્યું
ધારા જોષીએ જામનગર નું નામ સમગ્ર ગુજરાતમાં ફેશન શો નું નામ રોશન કર્યું
જામનગર ની ધારા...
কলাইগাও সমিপৰ পানবাৰী হাবিৰ পৰা শ্যামটিলা বজাৰলৈ যোৱা পথৰ শুভ উদ্ধোধন কৰিলে বিধায়ক দুৰ্গাদাস বড়োই
পানবাৰী হাবিৰ পৰা শ্যামটিলা বজাৰলৈ যোৱা পথৰ শুভ উদ্ধোধন
চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা অনুষ্ঠান
ভাৰত ত্যাগ আন্দোলনৰ ৮০ সংখ্যক বাৰ্ষিকীৰ জিলা প্ৰশাসনৰ সম্বৰ্ধনা অনুষ্ঠান
ভাৰত ত্যাগ আন্দোলনৰ ৮০...
डिफेंस सेक्टर में भारत का जलवा, US-फ्रांस समेत 100 देशों को बेचे 21000 करोड़ के हथियार; ये है सबसे बड़ा खरीदार
India defense export भारत के डिफेंस सेक्टर की धाक अब दुनिया में जम गई है। देश अब तेजी...
રાજકોટ TRP ગેમઝોન માં આગ 26 લોકો હોમાયા.
રાજકોટના TRP ગેમઝોનમાં લાગેલી આગમાં 26ના
મોત: ચારની ઘરપકડ, ગેમઝોન પાસે ફાયર NOC જ...