ঐতিহাসিক ধলপুৰ পাহাৰৰ শিৱধামত ভক্তৰ ভিৰ। ব'ল ব'মৰ পৰম্পৰা ৰক্ষা কৰি শাওণৰ প্ৰথম দিনটোৰ পৰাই সোঁত বৈছে অগণন শিৱভক্তৰ।
ইফালে মন্দিৰৰ নিকটৱৰ্তী স্থানসমূহৰ পৰা অবৈধ অনুপ্ৰবেশকাৰীক উচ্ছেদ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্দিৰৰ নতুন গৃহ নিৰ্মাণৰ দায়িত্ব লোৱাৰ পৰাই গুৰুত্ব বৃদ্ধি পাইছে ধলপুৰ পাহাৰে।