২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিয়ে l তেওঁলোকক স্মৰণ কৰি কামৰূপ জিলাতো শোক দিৱস পালন কৰা হয় । এই উপলক্ষে আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত শোক দিৱসৰ কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামীয়ে উপায়ুক্ত কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে অন্যান্য বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধিতা কৰি শান্তি, সামাজিক শৃংখলা আৰু সকলো লোকৰ মাজত বুজাপৰা বৃদ্ধিৰ হকে কাম কৰিবলৈ সংকল্পবদ্ধ হোৱাৰ লগতে অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ শপতবাক্য পাঠ কৰোৱায় । কাৰ্যসূচীৰ অংশৰূপে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ উপৰি উপস্থিত সকলোৱে কলা বেজ পৰিধান কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સ્વતંત્રતા સ્પેશિયલ:70 વર્ષની ઉંમરમાં પણ દેશભક્તિનો જુસ્સો ઓછો થયો નથી... વિડિયો જુઓ અહીં
સ્વતંત્રતા સ્પેશિયલ:70 વર્ષની ઉંમરમાં પણ દેશભક્તિનો જુસ્સો ઓછો થયો નથી... વિડિયો જુઓ અહીં
બેચરાજી એસટી ડેપો ખાતે GSRTC દ્વારા ત્રણ નવીન બસોને ફાળવવામાં આવી.
બેચરાજી એસટી ડેપો ખાતે GSRTC દ્વારા ત્રણ નવીન બસોને ફાળવવામાં આવી.
ಕರ್ನಾಟಕ ರಾಜ್ಯ ಅಲ್ಪಸಂಖ್ಯಾತರ ಆಯೋಗದಿಂದ 'ಅಲ್ಪಸಂಖ್ಯಾತ ಹಕ್ಕುಗಳ ದಿನಾಚರಣೆ' ಕಾರ್ಯಕ್ರಮ ನಡೆಯಿತು.
ಬೆಂಗಳೂರು: ಆಹಾರ, ಉಡುಪು, ಭಾಷೆ ಮತ್ತು ಸಂಸ್ಕೃತಿಯ ಆಯ್ಕೆಯ ವಿಚಾರದಲ್ಲಿ ಭಾರತದಲ್ಲಿ ಅಲ್ಪಸಂಖ್ಯಾತರನ್ನು...
Congress नेता Supriya Shrinate ने BJP के नेता Amit Malviya पर यौन शोषण का लगाया गंभीर आरोप | Aaj Tak
Congress नेता Supriya Shrinate ने BJP के नेता Amit Malviya पर यौन शोषण का लगाया गंभीर आरोप | Aaj Tak