ৰঙিয়াত বিজেপি দলৰ উত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত মঙলবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকি উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।উদ্যোক্তা সমিতিৰ মুখ্য কাৰ্যালয়ত তদুপলক্ষে আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দলটোৰ নেতা- কৰ্মী সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।আনহাতে সভাপতি সুবল পালৰ সঞ্চালনাত তদুপলক্ষে।অনুষ্ঠিত কৰা স্মৃতিচাৰণ সভাত প্ৰয়াত ভাৰত ৰত্ন বাজপেয়ীৰ কৰ্মজীৱনৰ উল্লেখ কৰি আদৰ্শৰাজী অনুকৰণ কৰাৰ বাবে সমবেত দলীয় কৰ্মী সকললৈ আহ্বান জনায় পালে ।
ৰঙিয়াত বিজেপি দলৰ উত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত মূখ্য কাৰ্যালয়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকি উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন

