উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত পুৱা ১১ বজাত উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ পৌৰাহিত্যত, ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচীত বোমা বিস্ফোৰণত নিহত ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকসকলৰ স্মৃতিত এখন শোক সভা অনুষ্ঠিত কৰি সকলো ধৰণৰ হত্যা, হিংসাৰ বিৰুদ্ধে শপত গ্ৰহণ কৰা হয় | আজিৰ শোকসভাত জিলা উপায়ুক্তৰ উপৰিও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু, অতিৰিক্ত উপায়ুক্ত সকল, চক্ৰ বিষয়া সকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু কৰ্মচাৰীৰ সকল উপস্থিত থাকে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મારા હૈયા નો હાર | Zindgi | Dhruv Ahir | Mara Haiya No Har | Gujarati New Song 2022
મારા હૈયા નો હાર | Zindgi | Dhruv Ahir | Mara Haiya No Har | Gujarati New Song 2022
India Maldives Row: Modi पर टिप्पणी करने के बाद अचानक मालदीव ने भारतीय राजदूत को किया तलब! ABP LIVE
India Maldives Row: Modi पर टिप्पणी करने के बाद अचानक मालदीव ने भारतीय राजदूत को किया तलब! ABP LIVE
সোণাৰিত বুথ কী বাত কাৰ্যসূচীত চৰাইদেউ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিঙৰ অংশগ্ৰহণ
সোণাৰিত বুথ কী বাত কাৰ্যসূচীত চৰাইদেউ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিঙৰ অংশগ্ৰহণ...
भरत शर्मा ने बिरला के स्वागत में छाप छोड़ी
भरत शर्मा ने बिरला के स्वागत में छाप छोड़ी
बून्दी। भाजपा नेता भरत शर्मा ने लोकसभा अध्यक्ष ओम...