২০০৪ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপনৰ সময়ত ধেমাজিৰ পেৰেড গ্ৰাউণ্ডত সংঘটিত ভয়াবহ বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা শিশু আৰু অন্যান্য লোকসকলৰ স্মৃতিত সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়তো আজি শোক দিৱস পালন কৰা হয়। এই উপলক্ষে দিনটোৰ বাবে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখাৰ লগতে উগ্ৰপন্থীৰ কূটাঘাতৰ বলি হোৱাসকলৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় । উপায়ুক্তৰ সন্মিলন কক্ষত পুৱা ১১ বজাত আয়োজিত এই অনুষ্ঠানত উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ উপৰিও অতিৰিক্ত উপায়ুক্ত ড০ সুৰ্যকমল বৰা, সহকাৰী আয়ুক্ত অনন্যা লহকৰ, কোষাগাৰৰ প্ৰাধিকাৰী তপনজিৎ ডেকাৰ লগতে উপায়ুক্তৰ কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰী উপস্থিত থাকি শোক দিৱসৰ শপত পাঠ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા તાલુકાના માલગઢ ગામે ધૂળેટી પર્વ પર પરંપરાગત મારવાડી ગૈર યોજાઈ
ડીસા તાલુકાના માલગઢ ગામે ધૂળેટી પર્વ પર પરંપરાગત મારવાડી ગૈર યોજાઈ
নলবাৰী জিলাৰ নতুন আৰক্ষী অধীক্ষক সুধাকৰ সিং
নলবাৰী জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাবে এ পি এছ বিষয়া সুধাকৰ সিংক নিযুক্তি দিছে৷অসম চৰকাৰৰ এক...
ऋतिक रोशन ने गर्लफ्रेंड सबा आजाद संग दिए कपल गोल्स, एक्ट्रेस ने 'विक्रम वेधा' को लेकर फैंस से की यह अपील
ऋतिक रोशन स्टारर फिल्म 'विक्रम वेधा' रिलीज हो चुकी है। फिल्म में ऋतिक के काम की जबरदस्त तारीफ हो...
श्री राजपूत करणी सेना के प्रदेश अध्यक्ष दिलीप सिंह खिजुरी का निवाई पहुंचने पर कार्यकर्ताओं ने किया स्वागत
श्री राजपूत करणी सेना के प्रदेश अध्यक्ष दिलीप सिंह खिजुरी का निवाई पहुंचने पर कार्यकर्ताओं ने...
Shark attack: व्हाइट शार्क के हमलों से बचने के लिए ये देश क्या कर रहा है? (BBC Hindi)
Shark attack: व्हाइट शार्क के हमलों से बचने के लिए ये देश क्या कर रहा है? (BBC Hindi)