২০০৪ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপনৰ সময়ত ধেমাজিৰ পেৰেড গ্ৰাউণ্ডত সংঘটিত ভয়াবহ বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা শিশু আৰু অন্যান্য লোকসকলৰ স্মৃতিত সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়তো আজি শোক দিৱস পালন কৰা হয়। এই উপলক্ষে দিনটোৰ বাবে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখাৰ লগতে উগ্ৰপন্থীৰ কূটাঘাতৰ বলি হোৱাসকলৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় । উপায়ুক্তৰ সন্মিলন কক্ষত পুৱা ১১ বজাত আয়োজিত এই অনুষ্ঠানত উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ উপৰিও অতিৰিক্ত উপায়ুক্ত ড০ সুৰ্যকমল বৰা, সহকাৰী আয়ুক্ত অনন্যা লহকৰ, কোষাগাৰৰ প্ৰাধিকাৰী তপনজিৎ ডেকাৰ লগতে উপায়ুক্তৰ কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰী উপস্থিত থাকি শোক দিৱসৰ শপত পাঠ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BSM कॉलेजचे 13 विद्यार्थी कॅम्पसद्वारे नामांकित कंपनीत
रत्नागिरी : भारत शिक्षण मंडळ देव-घैसास-कीर कला,वाणिज्य,विज्ञान वरिष्ठ महाविद्यालयात सोमवार दि. ३...
આજીડેમ ભરાતા નીચાણવાળા વિસ્તારોને એલર્ટ કરાયા
#buletinindia #gujarat
Outpost Mebo upgraded and operationalized as full fledged 'C' class Police Station
Outpost Mebo was upgraded into full fledged “C” Class Police Station vide General...
Apple ने अपने ही सीईओ Tim Cook को क्रेडिट कार्ड देने से किया इनकार, जानिए क्या है पूरा मामला
नई दिल्ली, बिजनेस डेस्क। हाल में एप्पल कंपनी के सीईओ टिम कुक एक प्रोजेक्ट का परीक्षण कर रहे...
Breaking News: आतंकियों के निशाने पर Gujarat के कई शहर, ISIS के आतंकी ने किया साजिश का खुलासा
Breaking News: आतंकियों के निशाने पर Gujarat के कई शहर, ISIS के आतंकी ने किया साजिश का खुलासा