হোজাইত স্বচ্ছতা হী সেৱা শীৰ্ষক কাৰ্যসূচীৰ অধীনত ৰূপায়ন কৰা হৈছে স্বচ্ছতা অভিযান। হোজাই পৌৰসভা আৰু হোজাই ৰেল বিভাগৰ কৰ্মচাৰীৰ যৌথ উদ্যোগত ৰূপায়ন কৰিছে স্বচ্ছতা অভিযানৰ কাৰ্যসূচী।স্বচ্ছতা হী সেৱা শীৰ্ষক কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে বিয়লি হোজাই পৌৰসভাৰ পৌৰনেত্ৰী চতুৰ্থৰানী বিশ্বাস সহ ৰেল ষ্টেচনৰ অধীক্ষক সহ কৰ্মচাৰী সকলে হোজাই ষ্টেচনৰ চৌহদ পৰিষ্কাৰ কৰা দেখা যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा खेत में दवा छिड़कने के दौरान युवक हुआ गंभीर घायल इलाज के दौरान हुई मौत
कोटा खेत में दवा छिड़कने के दौरान योग हुआ गंभीर घायल कोटा के कापरेन थानाक्षेत्र में मूंग की फसल...
આજથી 7 વર્ષ અગાઉ સુરત પાસેના વરેલી ગામે પણ 21થી વધુ લોકોના ઝેરી દારૂ પીતા મોત થયા હતા ! પોલીસ ફરી એક્શનમાં આવી !
રાજ્યમાં દારૂબંધી માત્ર કાગળ ઉપર છે અને ગામડાઓમાં અને શહેરની ગલીખુચીમાં જોઈએ તેટલો દેશી,વિલાયતી...
પંથકની ફાયર બ્રાન્ડ લેડી મુક્તિ જાદવે કંજરી ગામેથી પોતાના ચૂંટણી પ્રચારના શ્રી ગણેશ કર્યા.
સમગ્ર પંચમહાલ સહિત હાલોલ પંથકમાં તેજ તરાર તેજાબી વક્તા તરીકે જાણીતા પંથકના ફાયર બ્રાન્ડ લેડી...
মৰাণৰ শান্তিপুৰত জ্ঞানদ্বীপ চুতীয়াৰ ঘৰত তলা কাটি চুৰে কৰে লণ্ডভণ্ড
মৰাণৰ শান্তিপুৰত জ্ঞানদ্বীপ চুতীয়াৰ ঘৰত তলা কাটি চুৰে কৰে লণ্ডভণ্ড
শিৱসাগৰত শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত "অৰ্জুন-ভঞ্জন" নাট মঞ্চস্থ
শিৱসাগৰঃ শিৱসাগৰ জিলাৰ অন্যতম নাট্য অনুষ্ঠান নাট্যপীঠৰ উদ্যোগত, সংগীত নাটক অকাডেমী-নতুন দিল্লীৰ...