ধেমাজি পৌৰসভাৰ প্ৰাঙ্গনত অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱাৰ উপস্থিতিত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সহযোগত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ শুভ উদ্বোধন:

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিকল্পনা ক্ৰমে সকলো ঘৰে ঘৰে তিৰঙ্গা পাতকা উৰুৱা লক্ষ্যৰে আজি ধেমাজি পৌৰসভা প্ৰাঙ্গনত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান সহযোগত এটি " ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ " শুভ উদ্বোধনী কৰা হয়। উদ্বোধন কৰে অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱা আৰু পৌৰপতি দীপৰেখা দাস ব্ৰাঘীয়ে।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে ধেমাজি পৌৰসভা মুখ্য কাৰ্যবাহী বিষয়া তথা জিলাৰ অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱা, পৌৰপতি দীপৰেখা দাস বাঘ্ৰী, উপ-পৌৰপতি বিপ্লৱ কোঁৱৰ কে প্ৰমুখ্য কৰি ৱাৰ্ড সদস্য-সদস্যা সকল।