আজি ১৬ আগষ্ট ২০২২ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ মাহমৰা গ্ৰাম্যমণ্ডলৰ অন্তৰ্গগ মলন গাঁও পঞ্চায়তৰ খনিকৰ লুখুৰাখন গাঁও আদৰ্শ অংগনবাড়ী কেন্দ্ৰটি আৰু কাকতি।বাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিপ্লিং পথাৰ আদৰ্শ অংগনবাড়ী ৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা পাৰ্বত্য অঞ্চল উন্নয়ন মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে।
লুখুৰাখন আৰু ডিপ্লিং পথাৰ গাঁও আদৰ্শ অংগনবাড়ী কেন্দ্ৰটি উদ্বোধন কৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_9c048926bd525611a56fc52ef848d02a.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)