২০০৪ চনৰ ১৫ আগষ্টত ধেমাজীত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিলে তেওঁলোকক সুঁৱৰি আজি গোলাঘাটতো শোক দিৱস পালন কৰা হয় । এই উপলক্ষে উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীয়ে উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে অন্যান্য বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধিতা কৰি শান্তি, সামাজিক শৃংখলা আৰু সকলো লোকৰ মাজত বুজাপৰা বৃদ্ধিৰ হকে কাম কৰিবলৈ সংকল্পবদ্ধ হোৱাৰ আৰু মানৱ জীৱন তথা মূল্যবোধৰ বাবে শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ শপতবাক্য পাঠ কৰোৱায় । কাৰ্যসূচীৰ অংশৰূপে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दरा मुकुंदरा क्षेत्र में नाल में वाहन खराब होने से एनएच52 पर दोनों तरफ लगा लंबा जाम
कोटा. कोटा झालावाड़ एनएच 52 पर दरा मुकुंदरा क्षेत्र में शनिवार को दोपहर में लगा जाम जो शाम देर तक...
पीसीसी मेंबर जीवन लाल सिद्धार्थ के द्वारा किया गया अलग-अलग ग्रामों में जनसंपर्क
मध्य प्रदेश कांग्रेस कमेटी के पीसीसी मेंबर जीवनलाल सिद्धार्थ के द्वारा गुनौर विधानसभा के अलग-अलग...
સિહોર શહેરમાં સાઈરન વાગતું રહું
સિહોરના ભાવનગર રોડ પર અનેક બેંકો આવેલી છે મણપપ્યૂરમ બેન્ક સિહોર શાખામાં ગઈકાલે રાત્રીના એક કલાકની...
અહેમદાબાદ મિત્ર ન્યૂઝ ચેનલ પર નિહાળો આજ ની અમદાવાદની TOP 10 મુખ્ય ખબરો, જુઓ વિડિઓ
અહેમદાબાદ મિત્ર ન્યૂઝ ચેનલ પર નિહાળો આજ ની અમદાવાદની TOP 10 મુખ્ય ખબરો, જુઓ વિડિઓ
સ્વતંત્રતા સ્પેશિયલ:70 વર્ષની ઉંમરમાં પણ દેશભક્તિનો જુસ્સો ઓછો થયો નથી... વિડિયો જુઓ અહીં
સ્વતંત્રતા સ્પેશિયલ:70 વર્ષની ઉંમરમાં પણ દેશભક્તિનો જુસ્સો ઓછો થયો નથી... વિડિયો જુઓ અહીં