কণ কণ শিশু সকলৰ বাবে দুলিয়াবাম চাহ বাগিচাত মুকলি কৰা হল আদৰ্শ অংগনবাডী কেন্দ্ৰ । কিয়নো অঙ্গনবাডী কেন্দ্ৰসমূহ হৈছে শিশু সকলৰ পৰিপুষ্টি, মানসিক আৰু শাৰীৰিক বিকাশৰ উৎকৃষ্ট কেন্দ্রস্থল। শিশু সকলক এই কেন্দ্ৰ সমূহৰ জৰিয়তে সৰ্বতো প্ৰকাৰৰ জ্ঞানৰ ধাৰণা দি উচ্চ শিক্ষা গ্ৰহণৰ বাবে উপযুক্ত কৰি গঢ়ি তোলা হয় আৰু ইয়াৰ বাবে উপযুক্ত আন্তঃগাঁথনিৰ খুবেই প্ৰয়োজন। সেই আজি ৰাইজৰ উপস্থিতিত খোৱাঙৰ দুলিয়াবাম চাহ বাগিচাত মন্ত্ৰী বিমল বৰাই ৰাইজৰ উপস্থিতিত শিশু সকলৰ বাবে কৰিলে এই আদৰ্শ অংগনবাডী কেন্দ্ৰটো
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लोकसभा स्पीकर बिरला को डॉ. भागेश जोजन द्वारा लिखित "हाडोती लोक भजनों का संगेतिक स्वरूप" पुस्तक भेंट की
लोकसभा अध्यक्ष ओम बिरला को डॉ. भागेश जोजन द्वारा लिखित और प्रकाशित पुस्तक "हाडोती लोक भजनों का...
अहमदाबाद: सरखेज जुहापुरा मैं इफ्तारी के दौरान 15.16.17 अप्रैल के दिन गांधी हॉल में लगेगा भव्य स्टॉल
अहमदाबाद: सरखेज जुहापुरा मैं इफ्तारी के दौरान 15.16.17 अप्रैल के दिन गांधी हॉल में लगेगा भव्य स्टॉल