সোণাৰি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী, ১৫ বছৰীয়া কিশোৰী পয়জ্জিলিকা তামুলী দীৰ্ঘদিন ধৰি জটিল বৃক্ক ৰোগত আক্ৰান্ত হৈ আছে। তাইৰ ক্ৰিয়েটিনিনৰ স্তৰ ১২.৯ লৈ বৃদ্ধি পাইছে আৰু শীঘ্ৰেই বৃক্ক সংৰোপণৰ প্ৰয়োজন বুলি চিকিৎসকে জনাইছে। তাই অসম ৰাইফলছত কৰ্মৰত বীৰেন তামুলীৰ একমাত্ৰ কন্যা। তেওঁলোকৰ বেছিভাগ সঞ্চয়ৰ টকা ইতিমধ্যে চিকিৎসাৰ বাবে ব্যয় হৈছে। তাইক আপোনালকৰ আশীৰ্বাদ আৰু অৰ্থ সহায়ৰ প্ৰয়োজন । অনুগ্ৰহ কৰি তাইৰ চিকিৎসাৰ বাবে সাধ্যানুযায়ী সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনালোঁ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভদীয়া বানে বিধ্বস্ত কৰিলে গোৰেশ্বৰৰ নিজঝাৰগাও কুজাৰপাম সংযোগী পথ
ভদীয়া বানে বিধ্বস্ত কৰিলে গোৰেশ্বৰৰ নিজঝাৰগাও কুজাৰপাম সংযোগী পথ
મહેસાણા : રીક્ષા ચાલક ને માર મારી અપહરણ કરાયું, 3 સામે ફરિયાદ
મહેસાણા શહેરમાં એક ચોંકાવનારી ઘટના સામે આવી છે. જેમાં એક રીક્ષાચાલક સવારે ધંધા માટે નીકળ્યો હતો...
Israel Hamas War: ग़ज़ा में लाशों के ढेर के बीच नवजात बच्चे मुश्किल में क्यों हैं (BBC Hindi)
Israel Hamas War: ग़ज़ा में लाशों के ढेर के बीच नवजात बच्चे मुश्किल में क्यों हैं (BBC Hindi)
NDA Meeting In Delhi: संसदीय दल की बैठक में Narendra Modi को मिला समर्थन, बोले- आज मेरे लिए भावुक पल
NDA Meeting In Delhi: संसदीय दल की बैठक में Narendra Modi को मिला समर्थन, बोले- आज मेरे लिए भावुक पल