সাম্প্ৰতিক সময়ত চৰকাৰী ৰাজহ সংগ্ৰহৰ গধুৰ দায়িত্ব পালনেৰে ৰাজ্য চৰকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ। ঢকুৱাখনাক মহকুমা স্বীকৃতিৰ মৰ্যদাৰে এই বিভাগটোৰ এটা মহকুমা পৰ্যায়ৰ কাৰ্যালয়ৰ অনুমোদন দিয়াৰ পৰৱৰ্তী সময়ত পৰ্যাপ্ত সংখ্যক নহ’লেও নূন্যতম সংখ্যক বিষয়া কৰ্মচাৰীৰে বিভাগীয় সেৱা আগবঢ়াই গৈছে ঢকুৱাখনা মহকুমাত। বিভাগটো হৈছে ঢকুৱাখনা আবকাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়।
ঢকুৱাখনা মহকুমাক প্ৰশাসনিক ক্ষেত্ৰ হিচাপে লৈ প্ৰতিষ্ঠা হোৱা এই আবকাৰী বিভাগটোৱে বিগত কেইবা দশক ধৰি লাওলোৱা অৱস্থাৰে চৰকাৰী সেৱা আগবঢ়াই গৈছে ঢকুৱাখনাত। চক্ৰ বিষয়াৰ পৰ্যায়ৰ এটা বিভাগ অনুমোদন কৰা ৰাজ্য চৰকাৰে ঢকুৱাখনাত আজি পৰ্যন্ত স্থাপন নকৰিলে এটা স্থায়ী বা অস্থায়ী কাৰ্যালয়।
ইপিনে মহকুমাবাসীৰ দাবী ঢকুৱাখনা নগৰৰ সদৰত নগৰ চাৰিআলিৰ আশে পাশে শীঘ্ৰে এটা অস্থায়ী ভিত্তিক হ’লেও আবকাৰী বিভাগৰ কার্যালয় স্থাপন কৰক। মহকুমাটোৰ গুৰুত্বপূৰ্ণ বিভাগটোৰ এটা স্থায়ী পৰিচয় প্ৰদান কৰিবলৈ চৰকাৰক ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান। বিশেষকৈ এই ক্ষেত্ৰত স্থানীয় বিধায়ক নৱ দলেৰ উদাসীন ভূমিকাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে মহকুমাবাসীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಪರಿಶಿಷ್ಟರ ಒಳ ಮೀಸಲಾತಿ ಅನುಷ್ಠಾನಕ್ಕಾಗಿ ಪ್ರೊ. ಬಿ. ಕೃಷ್ಣಪ್ಪ ಸ್ಥಾಪಿತ 'ಕರ್ನಾಟಕ ದಲಿತ ಸಂಘರ್ಷ ಸಮಿತಿ'ಯ ನೆಲಮಂಗಲ ತಾಲೂಕು ಶಾಖೆ ಸದಸ್ಯರಿಂದ ಬೆಂಗಳೂರಿನಲ್ಲಿ "ಬೃಹತ್ ತಮಟೆ ಚಳುವಳಿ" ನಡೆಯಿತು.
ಸೆಪ್ಟೆಂಬರ್ 12, 2024
ಪರಿಶಿಷ್ಟರ ಒಳ ಮೀಸಲಾತಿ ಅನುಷ್ಠಾನಕ್ಕಾಗಿ ಪ್ರೊ. ಬಿ. ಕೃಷ್ಣಪ್ಪ ಸ್ಥಾಪಿತ 'ಕರ್ನಾಟಕ ದಲಿತ...
कौन हैं ओडिशा के नए मुख्यमंत्री मोहन चरण माझी? | Mohan Charan Majhi | BJD | Naveen Patnaik | Odisha
कौन हैं ओडिशा के नए मुख्यमंत्री मोहन चरण माझी? | Mohan Charan Majhi | BJD | Naveen Patnaik | Odisha
बसस्थानकांमध्ये प्रवासी महिलांचे दागिने चोरणाऱ्या महिलेला अटक; तब्बल सहा लाख ४१ हजार रुपयांचा ऐवज जप्त
रत्नागिरी : सांगली शहरातील मध्यवर्ती बसस्थानकात गर्दीचा फायदा घेऊन प्रवासी महिलांच्या गळ्यातील...